মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

অভিলেখাগাৰ সংগ্ৰহ

এচ বি (আৰক্ষী) ফাইলসমূহৰ ডিজিটেলকৰণ

অসম ৰাজ্যিক অভিলেখাগাৰে ইতিমধ্যে আৱশ্যকীয় নথি-পত্ৰসমূহৰ ডিজিটেলকৰণ প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰিছে। য’ত আছে-

  • অসম আয়ুক্তৰ নথি-পত্ৰসমূহ (১৮৩৩-১৯৪৭)
  • বিশেষ বিভাগ (আৰক্ষী) ৰ নথি-পত্ৰসমূহ (১৯৩৫-১৯৪৭)

এতিয়া গৱেষক আৰু অন্য ব্যৱহাৰকাৰীসকলে এই নথি-পত্ৰসমূহৰ Soft Copy ব্যৱহাৰ কৰিব পাৰিব।