মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

ওপৰিঞ্চি সংযোগ নীতি

অন্য ৱেবচাইট /পোৰ্টেলৰ সৈতে যোগাযোগ:

আমাৰ ৱেবচাইট দৰ্শন কৰিলে বহুটো ঠাইত দৰ্শনকাৰীয়ে বহুটো ঠাইত অন্য ৱেবচাইট/পোৰ্টেলৰ সৈতে ইয়াৰ সম্পৰ্ক বা যোগাযোগ প্ৰত্যক্ষ কৰিব। ৱেবচাইট ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে এনে লিংক বা যোগাযোগ স্থাপন কৰা হৈছে। এনে যোগাযোগ স্থাপিত ৱেবচাইট বা ইয়াৰ ভিতৰৰ বিৱৰণ, ইয়াৰ নিৰ্ভৰযোগ্যতাৰ বাবে সচিবালয় প্ৰশাসনিক বিভাগ দায়ী নহয় আৰু ইয়ালৈ সমৰ্থন আগবঢ়োৱাটোও সচিবালয় প্ৰশাসনিক বিভাগৰ বাবে জৰুৰী নহয়। এনে লিংকৰ উপস্থিতি বা এনে ৱেবচাইটত থকা তালিকা অনুমোদিত বা সমৰ্থনযোগ্য বুলি দাবী কৰিব নোৱাৰি আৰু আনহাতে এই ৱেবচাইট সকলো সময়তে কাৰ্যক্ষম হৈ থাকিব বুলিও ক’ব নোৱাৰি। এই সম্পৰ্ক থকা পৃষ্ঠা সমূহৰ উপলব্ধতাৰ ওপৰ্তো আমাৰ কোনো নিয়ন্ত্ৰণ নাথাকে।

আমাৰ ৱেবচাইট অন্য ৱেবচাইটৰ দ্বাৰা সংযোজন:

আমাৰ ৱেবচাইটত হোষ্ট কৰা তথ্যৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰিলে আমাৰ আপত্তি ন্নই আৰু ইয়াৰ বাবে কোনো আগতীয়া অনুমতিৰ প্ৰয়োজন নাই। আমাৰ ৱেবচাইটত হোৱা পৰিৱৰ্তন বা শেহতীয়া আপডেট সম্পৰ্কে আমি ব্যৱহাৰকাৰীক অৱগত কৰো কিন্তু অন্য ৱেবচাইট ফ্ৰেমত আমাৰ পৃষ্ঠাসমূহ লোড কৰিবলৈ বা ভৰাবলৈ অনুমতি প্ৰদান নকৰো। মাথো নতুনকৈ খোলা ব্ৰাউজাৰতহে এয়া লোড কৰিব পাৰিব।