অসম ৰাজ্যিক অভিলেখাগাৰত সকলো চৰকাৰী নথি বা ফাইলসমূহৰ এক বিশাল সংগ্ৰহ আছে। নথি-পত্ৰ সমূহ সূচীবদ্ধ কৰিবৰ বাবে অভিলেখাগাৰে 'AIMS' নামৰ এক চফটৱেৰৰ সহায় গ্ৰহণ কৰিছে।
সংগ্ৰহ সমূহ:
- ৰাজহ ব’ৰ্ডৰ ফাইলসমূহ (১৭৭৪-১৮২৪)
- বেংগল চৰকাৰৰ ফাইলসমূহ (১৭৮৮-১৮৭৪)
- ঢাকা সচিবৰ ফাইলসমূহ (১৮৬৭-১৮৭৪)
- পাণ্ডুলিপি খণ্ড (১৮২৩-১৮৭৪)
- মূখ্যমন্ত্ৰী – সচিবালয় (১৯৪৩-১৯৯২)
- মূখ্য সচিবৰ ফাইল সমূহ (১৮৭৪-১৯২১)
- কাৰ্য্যবিৱৰণী (১৮৭৪-১৯৩৯)
- অসম আয়ুক্তৰ ফাইলসমূহ (১৮৩৩-১৯০৭)
- গৃহ বিভাগৰ গোপনীয় ফাইলসমূহ (১৮৮৮-১৯৭১)
- বিভাগীয় নথি-পত্ৰসমূহ (১৮৭৪-১৯৫৭)
অধিকাৰসমূহৰ বিৱৰণ:-
পাণ্ডুলিপি আৰু নথি-পত্ৰসমূহ:
১) ক) পাণ্ডুলিপি খণ্ডসমূহ (১৮২৬-১৮৭৪)
[১৮২৩ ৰ পৰা ১৮৭৪ লৈকে প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি ৰাজ্যপাল আৰু বেংগল চৰকাৰ/জিলা অধিকাৰীসকলৰ মাজৰ ৮ টা খণ্ডৰ বিৱৰণ আদি]
খ) বেংগল-পাণ্ডুলিপি আৰু নথি-পত্ৰসমূহৰ হস্তান্তৰিত বিৱৰণসমূহ (১৭৭৮-১৮৭৪)
২) অসমৰ মূখ্য আয়ুক্তৰ বিৱৰণসমূহ (১৮৭৪-১৯০৫)
৩) পূৱ-বেংগল আৰু অসমৰ বিৱৰণসমূহ (১৯০৫-১৯১২)
৪) অসমৰ মূখ্য আয়ুক্তৰ বিৱৰণসমূহ (১৯১২-১৯২০)
৫) ৰাজ্যপালৰ বিভাগসমূহৰ বিৱৰণসমূহ (১৯১১-১৯৪৭)
৬) প্ৰাদেশিক চৰকাৰৰ বিৱৰণসমূহ (১৯৩৭-১৯৪৭)
কাৰ্য্যবিৱৰণ (১৮৭৪-১৯৩৯) – [মুদ্ৰিত বিৱৰণসমূহ]
- কাৰ্য্যবিৱৰণ (অসমৰ মূখ্য সচিব, পূৱ-বেংগল আৰু অসম, সচিব, অসম উপত্যকা)
অন্যান্য বিৱৰণসমূহ/ৰেকৰ্ডসমূহ (১৮২৬-১৯৫৭)
- ৰাজ্যপাল সচিবালয়ৰ নথি-পত্ৰসমূহ (১৯৪২-১৯৪৫)
- ৰাজ্যপাল সচিবালয় (গোপনীয়) নথি-পত্ৰসমূহ (১৯২১-১৯৫০)
- মূখ্যমন্ত্ৰীৰ সচিবালয় (১৯৪৭-১৯৫৭)
- অসমৰ ৰাজনৈতিক ইতিহাসৰ নথি-পত্ৰসমূহ (১৮২৬-১৯৪৭)
- গোপনীয় আৰু গৃহ বিভাগৰ নথি-পত্ৰসমূহ (১৮৮৮-১৯৩৩)
- আৰক্ষী নথি(এচবি) (১৯৩৫-১৯৪৭)
- আয়ুক্ত, অসম উপত্যকা (১৮৭৪-১৯৩৩)
- ৰাজপত্ৰ- সাৰ্বভৌম ভাৰত, অসম, প্ৰাদেশিক আৰু জিলাসমূহ
- ৰাজপত্ৰ
- অসম (১৮৭৪-১৯৯২)
- ভাৰত (১৮৬০-১৯৬৯)
- কলিকতা (১৮৪৩-১৯৫৮)
- প্ৰতিবেদন – প্ৰশাসনিক, লোকপিয়ল, এচিয়াটিক সমাজৰ পত্ৰিকা আদি।
অসম সচিবালয়ৰ প্ৰতিবেদনসমূহ (১৮৭৪-১৯৫৭)
- ১৮৭৪-১৯০৫- স্থানীয় বিৱৰণ, ন্যায়িক আৰু ৰাজহ নথি-পত্ৰসমূহক সামৰি সাধাৰণ বিভাগ
- ১৯০৫-১৯১২- সাধাৰণ বিভাগ (জনকল্যাণ বিভাগ, চিকিৎসা, ইত্যাদিক লৈ), ৰাজনীতি আৰু ন্যায়িক বিভাগ, ৰাজহ বিভাগ, বিত্ত আৰু পৌৰ বিভাগ আদি।
- ১৯১২-১৯২১- সাধাৰণ বিভাগ (জনসেৱা, শিক্ষা, জনকল্যাণ বিভাগ ইত্যাদিক সামৰি) নিয়োগ আৰু ৰাজনীতি বিভাগ, শিক্ষা বিভাগ, পাচপোৰ্ট বিভাগ আদি।
- ১৯২১-১৯৩৭- স্থানান্তৰণ বিভাগ, বিত্তীয় বিভাগ, ৰাজহ বিভাগ, ন্যায়িক বিভাগ, বন বিভাগ, শিল্প বিভাগ, কৃষি বিভাগ আদি।
- ১৯৩৭-১৯৪৭- গৃহ বিভাগ, ন্যায়িক আৰু সাধাৰণ বিভাগ, বিত্তীয় বিভাগ, নিযুক্তি বিভাগ, এলএচজি বিভাগ, বিধানসভা আদি।
- ১৯২০-৩২ আৰু ১৯৩৬-৪১- পাচপোৰ্ট নথি-পত্ৰসমূহৰ তালিকা। ডাউনলোড