মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

অভিলেখাগাৰ সংগ্ৰহ

অসম ৰাজ্যিক অভিলেখাগাৰৰ অধিকাৰসমূহ

অসম ৰাজ্যিক অভিলেখাগাৰত সকলো চৰকাৰী নথি বা ফাইলসমূহৰ এক বিশাল সংগ্ৰহ আছে। নথি-পত্ৰ সমূহ সূচীবদ্ধ কৰিবৰ বাবে অভিলেখাগাৰে 'AIMS' নামৰ এক চফটৱেৰৰ সহায় গ্ৰহণ কৰিছে।

সংগ্ৰহ সমূহ:

  • ৰাজহ ব’ৰ্ডৰ ফাইলসমূহ (১৭৭৪-১৮২৪)
  • বেংগল চৰকাৰৰ ফাইলসমূহ (১৭৮৮-১৮৭৪)
  • ঢাকা সচিবৰ ফাইলসমূহ (১৮৬৭-১৮৭৪)
  • পাণ্ডুলিপি খণ্ড (১৮২৩-১৮৭৪)
  • মূখ্যমন্ত্ৰী – সচিবালয় (১৯৪৩-১৯৯২)
  • মূখ্য সচিবৰ ফাইল সমূহ (১৮৭৪-১৯২১)
  • কাৰ্য্যবিৱৰণী (১৮৭৪-১৯৩৯)
  • অসম আয়ুক্তৰ ফাইলসমূহ (১৮৩৩-১৯০৭)
  • গৃহ বিভাগৰ গোপনীয় ফাইলসমূহ (১৮৮৮-১৯৭১)
  • বিভাগীয় নথি-পত্ৰসমূহ (১৮৭৪-১৯৫৭)

অধিকাৰসমূহৰ বিৱৰণ:-

পাণ্ডুলিপি আৰু নথি-পত্ৰসমূহ:

১) ক) পাণ্ডুলিপি খণ্ডসমূহ (১৮২৬-১৮৭৪)
[১৮২৩ ৰ পৰা ১৮৭৪ লৈকে প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি ৰাজ্যপাল আৰু বেংগল চৰকাৰ/জিলা অধিকাৰীসকলৰ মাজৰ ৮ টা খণ্ডৰ বিৱৰণ আদি]

 খ) বেংগল-পাণ্ডুলিপি আৰু নথি-পত্ৰসমূহৰ হস্তান্তৰিত বিৱৰণসমূহ (১৭৭৮-১৮৭৪)
২) অসমৰ মূখ্য আয়ুক্তৰ বিৱৰণসমূহ (১৮৭৪-১৯০৫)
৩) পূৱ-বেংগল আৰু অসমৰ বিৱৰণসমূহ (১৯০৫-১৯১২)
৪) অসমৰ মূখ্য আয়ুক্তৰ বিৱৰণসমূহ (১৯১২-১৯২০)
৫) ৰাজ্যপালৰ বিভাগসমূহৰ বিৱৰণসমূহ (১৯১১-১৯৪৭)
৬) প্ৰাদেশিক চৰকাৰৰ বিৱৰণসমূহ (১৯৩৭-১৯৪৭)

কাৰ্য্যবিৱৰণ (১৮৭৪-১৯৩৯) – [মুদ্ৰিত বিৱৰণসমূহ]

  • কাৰ্য্যবিৱৰণ (অসমৰ মূখ্য সচিব, পূৱ-বেংগল আৰু অসম, সচিব, অসম উপত্যকা)

অন্যান্য বিৱৰণসমূহ/ৰেকৰ্ডসমূহ (১৮২৬-১৯৫৭)

  • ৰাজ্যপাল সচিবালয়ৰ নথি-পত্ৰসমূহ (১৯৪২-১৯৪৫)
  • ৰাজ্যপাল সচিবালয় (গোপনীয়) নথি-পত্ৰসমূহ (১৯২১-১৯৫০)
  • মূখ্যমন্ত্ৰীৰ সচিবালয় (১৯৪৭-১৯৫৭)
  • অসমৰ ৰাজনৈতিক ইতিহাসৰ নথি-পত্ৰসমূহ (১৮২৬-১৯৪৭)
  • গোপনীয় আৰু গৃহ বিভাগৰ নথি-পত্ৰসমূহ (১৮৮৮-১৯৩৩)
  • আৰক্ষী নথি(এচবি) (১৯৩৫-১৯৪৭)
  • আয়ুক্ত, অসম উপত্যকা (১৮৭৪-১৯৩৩)
  • ৰাজপত্ৰ- সাৰ্বভৌম ভাৰত, অসম, প্ৰাদেশিক আৰু জিলাসমূহ
  • ৰাজপত্ৰ
  • অসম (১৮৭৪-১৯৯২)
  • ভাৰত (১৮৬০-১৯৬৯)
  • কলিকতা (১৮৪৩-১৯৫৮)
  • প্ৰতিবেদন – প্ৰশাসনিক, লোকপিয়ল, এচিয়াটিক সমাজৰ পত্ৰিকা আদি।

অসম সচিবালয়ৰ প্ৰতিবেদনসমূহ (১৮৭৪-১৯৫৭)

  • ১৮৭৪-১৯০৫- স্থানীয় বিৱৰণ, ন্যায়িক আৰু ৰাজহ নথি-পত্ৰসমূহক সামৰি সাধাৰণ বিভাগ
  • ১৯০৫-১৯১২- সাধাৰণ বিভাগ (জনকল্যাণ বিভাগ, চিকিৎসা, ইত্যাদিক লৈ), ৰাজনীতি আৰু ন্যায়িক বিভাগ, ৰাজহ বিভাগ, বিত্ত আৰু পৌৰ বিভাগ আদি।
  • ১৯১২-১৯২১- সাধাৰণ বিভাগ (জনসেৱা, শিক্ষা, জনকল্যাণ বিভাগ ইত্যাদিক সামৰি) নিয়োগ আৰু ৰাজনীতি বিভাগ, শিক্ষা বিভাগ, পাচপোৰ্ট বিভাগ আদি।
  • ১৯২১-১৯৩৭- স্থানান্তৰণ বিভাগ, বিত্তীয় বিভাগ, ৰাজহ বিভাগ, ন্যায়িক বিভাগ, বন বিভাগ, শিল্প বিভাগ, কৃষি বিভাগ আদি।
  • ১৯৩৭-১৯৪৭- গৃহ বিভাগ, ন্যায়িক আৰু সাধাৰণ বিভাগ, বিত্তীয় বিভাগ, নিযুক্তি বিভাগ, এলএচজি বিভাগ, বিধানসভা আদি।
  • ১৯২০-৩২ আৰু ১৯৩৬-৪১- পাচপোৰ্ট নথি-পত্ৰসমূহৰ তালিকা। ডাউনলোড