মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

গোপনীয়তাৰ নীতি

এই ৱেবচাইটে আপোনাৰ পৰা কোনো ব্যক্তিগত তথ্য (নাম, ফোন নং, ই-মেইল ঠিকনা আদি) স্বয়ংক্ৰিয়ভাৱে তুলি নলয়। এই ৱেবচাইটে ব্যৱহাৰকাৰীক ব্যক্তিগত তথ্য প্ৰদান কৰিবলৈ অনুৰোধ জনায় যি বিশেষ ক্ৰিয়া সম্পাদনৰ বাবে গ্ৰহণ কৰি ব্যক্তিগত তথ্যসমূহ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হয়।

ৰাজহুৱা অথবা ব্যক্তিগত কোনো তৃতীয় গোটলৈ ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যসমূহ বিক্ৰী বা ভাগ কৰা নহয়। এই ৱেবচাইটত প্ৰদান কৰা সকলো তথ্য হেৰুৱা, অপব্যৱহৃত হোৱা, স্বত্বহীন হাতলৈ যোৱা বা স্বত্বহীনভাৱে প্ৰকাশিত হোৱা আৰু নষ্ট হোৱা ইত্যাদি পৰিঘটনাৰ পৰা সৰ্বতোপ্ৰকাৰে ৰক্ষা কৰা হয়। Internet Protocol Address, Domain Name, Browser Type, Operating System, ৱেবচাইট পৃষ্ঠা দৰ্শন কৰাৰ তাৰিখ আৰু সময় আৰু দৰ্শন কৰা পৃষ্ঠা ইত্যাদি তথ্য আমি ব্যৱহাৰকাৰীৰ পৰা আহৰণ কৰো।