এই ৱেবচাইট Worls Wide Web Consortium (W3C) Web Content Accessibility Guidelines (WCAG) 2.0ৰ পৰ্যায় AA ৰ সৈতে সংলগ্ন। এই ৱেবচাইটে ব্যৱহাৰকাৰীক স্ক্ৰীণ ৰিডাৰৰ দৰে সহায়ক প্ৰযুক্তিৰ সহায়েৰে চাক্ষুষ বিসংগতি প্ৰত্যক্ষ কৰাত সহায় কৰিব। ৱেবচাইটৰ তথ্যসমূহ JAWS, NVDA, SAFA, SUPERNOVA, Window Eyes ৰ দৰে স্ক্ৰীণ ৰিডাৰৰ সহায়ত লাভ কৰিব পাৰি।
তলত উল্লিখিত তালিকাত বিভিন্ন স্ক্ৰীণ ৰিডাৰসমূহৰ বিষয়ে অৱগত কৰোৱা হৈছে-
| ক্ৰমিক নং | স্ক্ৰীণ ৰিডাৰ | ৱেবচাইট | বিনামূলীয়া/ব্যৱসায়িক |
|---|---|---|---|
| ১ | Screen Access For All (SAFA) | http://www.nabdelhi.org/NAB_SAFA.htm (বাহ্যিক ৱেবচাইট যি নতুনকৈ খোলা যায়) |
বিনামূলীয়া |
| ২ | Non Visual Desktop Access (NVDA) | http://www.nvda-project.org/ (বাহ্যিক ৱেবচাইট যি নতুনকৈ খোলা যায়) |
বিনামূলীয়া |
| ৩ | System Access To Go | http://www.satogo.com/ (বাহ্যিক ৱেবচাইট যি নতুনকৈ খোলা যায়) |
বিনামূলীয়া |
| ৪ | Thunder | http://www.screenreader.net/ (বাহ্যিক ৱেবচাইট যি নতুনকৈ খোলা যায়) |
বিনামূলীয়া |
| ৫ | WebAnywhere | http://webanywhere.cs.washington.edu (বাহ্যিক ৱেবচাইট যি নতুনকৈ খোলা যায়) |
বিনামূলীয়া |
| ৬ | HAL | http://www.yourdolphin.co.uk/ (বাহ্যিক ৱেবচাইট যি নতুনকৈ খোলা যায়) |
ব্যৱসায়িক |
| ৭ | JAWS | http://www.freedomscientific.com (বাহ্যিক ৱেবচাইট যি নতুনকৈ খোলা যায়) |
ব্যৱসায়িক |
| ৮ | Supernova | http://www.yourdolphin.co.uk (বাহ্যিক ৱেবচাইট যি নতুনকৈ খোলা যায়) |
ব্যৱসায়িক |
| ৯ | Window-Eyes | http://www.gwmicro.com (বাহ্যিক ৱেবচাইট যি নতুনকৈ খোলা যায়) |
ব্যৱসায়িক |