মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

প্ৰকাশন

অসম ৰাজ্যিক অভিলেখাগৰৰ এটা প্ৰকাশন গোট আছে যিয়ে ব্যৱহাৰকাৰীৰ সংগত বিষয়বস্তু যেনে লেখ বা ৰেকৰ্ডৰ সূচী, বৰ্ণনামূলক তালিকা (Descriptive List),বিষয়সূচীৰ তালিকা (Subject List) ,সাৰাংশ তালিকা (Summary List), পথ প্ৰদৰ্শক (Guide), Inventories Calender ,তালিকা (Catalogue), মানচিত্ৰ অংকন তালিকা (Cartographica List)ইত্যাদি প্ৰকাশিত কৰে।

অসম ৰাজ্যিক অভিলেখাগাৰৰ বাৰ্ষিক অভিলেখাগাৰ সপ্তাহ উপলক্ষে “The Archivum” নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰে। তাৰ উপৰিও প্ৰকাশন গোটে বিভিন্ন কিতাপ, পত্ৰিকা ইত্যাদি সময়ে সময়ে প্ৰকাশ কৰি আহিছে।

Downloads
TitleSizeDetail
অভিলেখাগাৰ পুস্তিকা191.34 KBswf-image