মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

সংগঠন তালিকা

অসম ৰাজ্যিক অভিলেখাগাৰ অসম চৰকাৰৰ সচিবালয় প্ৰশাসনিক বিভাগৰ নিয়ন্ত্ৰণত আছে। সচিবালয় প্ৰশাসন (Civil) বিভাগৰ একোজনকৈ মূখ্য সচিব থাকে। তাৰোপৰি, অভিলেখাগাৰৰ এজন পৰিছালক থাকে, যাৰ সহায়ৰ বাবে সহকাৰী পৰিছালক, মূখ্য অভিলেখাধক্ষ্য আৰু লগতে কাৰিকৰী আৰু অনা-কাৰিকৰী সদস্যৰ একোটা দলৰ ব্যৱস্থা কৰা হৈছে। অসম ৰাজ্যিক অভিলেখাগাৰৰ সাংগঠনিক তালিকা তলত দিয়া ধৰণৰ: