মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

পুথিভড়াঁলৰ অনুসন্ধান

মূল বিষয়:

  • এয়া এক সম্পূৰ্ণ অনলাইন সেৱা।
  • গ্ৰন্থাগাৰৰ কিছু তথ্যৰ ইতিমধ্যে কম্পিউটাৰাইজড কাৰ্য্য সফলতাৰে সম্পন্ন হৈছে।
  • ছাত্ৰ-ছাত্ৰী আৰু গৱেসকসকলে ইয়াক ব্যৱহাৰ কৰিবলৈ তেওঁলোকৰ মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ পৰিচয় পত্ৰ প্ৰদান কৰিব লাগিব।

অৱলোকন:

ছাত্ৰ-ছাত্ৰী আৰু বৃত্তিধাৰীসকলে এতিয়া অসম ৰাজ্যিক অভিলেখাগাৰৰ পুথিভড়াঁল অনলাইনভাৱেও সন্ধান কৰিব পাৰিব।

অৰ্হতা:

যিকোনো মহাবিদ্যালয় /বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকে অভিলেখাগাৰ পুথিভড়াঁল ব্যৱহাৰ কৰিবৰ বাবে যোগ্য।

মাচুল:

অভিলেখাগাৰ পুথিভড়াঁল ব্যৱহাৰ কৰিবলৈ কোনোধৰণৰ মাচুল নালাগে।

কিদৰে আবেদন কৰিব পাৰি?

পুথিভড়ালৰ তথ্য অনুসন্ধান কৰিবৰ বাবে ক্লিক কৰক-

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

প্ৰ-পত্ৰ কৰিবৰ বাবে ক্লিক কৰক-

যোগাযোগ কৰক

শ্ৰী নৃপেন শৰ্মা
সহকাৰী গ্ৰন্থাগাৰিক,
দুৰভাষ: +৯১ ৯৪৩৫৫৯০৭৭৫ (ম)
অসম ৰাজ্যিক অভিলেখাগাৰ,
গণেশগুৰি, আৰ পি পথ,
ডাক: অসম সচিবালয়
দিশপুৰ,গুৱাহাটী- ৭৮১০০৬,অসম