মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

প্ৰশিক্ষণৰ বাবে আবেদন?

মূল বিষয়:

  • এয়া এক মাহেকীয়া পাঠ্যক্ৰম।
  • এই পাঠ্যক্ৰম যিকোনো কলেজ বা বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাৰ্থীৰ বাবে প্ৰযোজ্য।
  • পাঠ্যক্ৰম আৰম্ভ হোৱাৰ আগেয়ে বিশ্ববিদ্যালয়/ কলেজৰ পৰা অনুমোদিত কৰা বা অনা অনুমতি পত্ৰ জমা কৰাটো বাধ্যতামূলক।
  • এই পাঠ্যক্ৰম বিনামূলীয়া।
  • শিক্ষাৰ্থীসকলে আবেদন প্ৰ-পত্ৰ পূৰণ কৰি অসম ৰাজ্যিক অভিলেখাগাৰত জমা দিব লাগিব।

অৱলোকন:

অসম ৰাজ্যিক অভিলেখাগাৰে ভাৰতীয় আৰু বিদেশী সকলো শিক্ষাৰ্থীৰ বাবে সংৰক্ষণ আৰু ৰেকৰ্ড ব্যৱস্থাপনৰ ক্ষেত্ৰত প্ৰতিবছৰে এমাহ যোৰা পাঠ্যক্ৰমৰ আয়োজন কৰে। পাঠ্যক্ৰমৰ সময়ছোৱাত তাত্ত্বিক আৰু ব্যৱহাৰিক শ্ৰেণীসমূহ অভিলেখাগাৰৰ সঞ্চালক আৰু গৰিষ্ঠ বিষয়াসকলৰ দ্বাৰা কৰা হয়।

অৰ্হতা:

  • এই পাঠ্যক্ৰম কেৱল কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে।
  • শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষানুস্থানৰ পৰা অনা-মনোনীত পত্ৰ জমা দিব লাগিব।

মাচুল:

এই পাঠ্যক্ৰম বিনামূলীয়া কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু পঞ্জীয়ন মাচুলৰ বাবদ ৫০.০০ টকা জমা দিব লাগিব।

প্ৰয়োজনীয় নথি-পত্ৰ সমূহ:

শিক্ষাৰ্থীসকলে তেওঁলোকৰ কলেজৰ বা বিশ্ববিদ্যালয়ৰ পৰা অনা-মনোনীত পত্ৰ জমা দিব লাগিব।

গুৰুত্বপূৰ্ণ সময়সীমা:

ই এক এমহীয়া পাঠ্যক্ৰম।

কিদৰে আবেদন কৰিব পাৰি:

প্ৰ-পত্ৰ আবেদন কৰিবলৈ ডাউনলোড কৰক।

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ:

প্ৰ-পত্ৰৰ বাবে ডাউনলোড কৰক।

যোগাযোগ কৰক:

ড° ধৰ্মেশ্বৰ সোনোৱাল
সঞ্চালক, অসম ৰাজ্যিক অভিলেখাগাৰ
গণেশগুৰি, আৰ পি পথ,
ডাক: অসম সচিবালয়
দিশপুৰ, গুৱাহাটী, অসম – ৭৮১০০৬
দুৰভাষ: +৯১ ৯৪৩৫০ ১০৩৪৯ (ম), (০৩৬১) ২২৬১৮৮৯
ফেক্স: +৯১ (০৩৬১) ২২৬১৮৮৯
ই-মেইল: dir.darch@assam.gov.in