অসম ৰাজ্যিক অভিলেখাগাৰে শিক্ষাৰ্থীসকলৰ বাবে নথি সংৰক্ষণ আৰু ব্যৱস্থাপনৰ ক্ষেত্ৰত প্ৰতিবছৰে এমাহ যোৰা পাঠ্যক্ৰমৰ আয়োজন কৰে। পাঠ্যক্ৰমৰ সময়ছোৱাত তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞানৰ শ্ৰেণীসমূহ অভিলেখাগাৰৰ অধ্যক্ষ আৰু গৰিষ্ঠ বিষয়াসকলৰ দ্বাৰা কৰা হয়।
Downloads
| Title | Size | Detail |
|---|
| প্ৰ-পত্ৰ ডাউনলোড কৰক | 67.05 KB |  |