মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

কেন্দ্ৰীয় সাহাৰ্য্য

অসম ৰাজ্যিক অভিলেখাগাৰে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠনৰ লগতে ব্যক্তিগত খণ্ডসমূহ, যিয়ে ৰাষ্ট্ৰীয় অভিলেখাগাৰৰ পৰা পাণ্ডুলিপি, নথি-পত্ৰ আৰু দুৰ্লভ গ্ৰন্থসমূহৰ সংৰক্ষণৰ বাবে আৰ্থিক সাহাৰ্য্য বিচাৰে, সেইসমূহৰ বাবে এক নোডেল প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰে।

এই প্ৰকল্পৰ বাবে সৰ্বোচ্চ ১০ লক্ষ টকাৰ অনুদান আগবঢ়োৱা হয় এই চৰ্ততেই যে, আবেদক সংগঠনে প্ৰকল্পৰ খৰচৰ ২৫ % ৰ ভাৰ ল’ব। অসম ৰাজ্যিক অভিলেখাগাৰৰ ৰাজ্যিক সত্যাসত্য নিৰূপন সমিতিয়ে ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখাৰৰ ওচৰত এই যোজনাৰ বাবে আবেদন কৰে। বিত্তীয় সহায়তা ৭৫:২৫ অনুপাত হিচাপে কৰা হৈছে (অৰ্থাৎ, কেন্দ্ৰীয় চৰকাৰৰ ভাগ ৭৫ % আৰু ৰাজ্যিক চৰকাৰৰ ভাগ ২৫ %)।

Assistance