তথ্য জনা অধিকাৰ আইন, ২০০৫ য়ে সাধাৰণ নাগৰিকে ৰুজু কৰা গোচৰসমূহৰ প্ৰতি চৰকাৰৰ প্ৰতিক্ৰিয়া সমূহ পৰিছালনা কৰে। এজন অৱগত নাগৰিক প্ৰশাসনৰ সাধন সমূহৰ প্ৰতি সতৰ্কতা বজাই ৰখাৰ বাবে সুসজ্জ থাকে আৰু ইয়ে চৰকাৰখনক শাসন কাৰ্যত আৰু অধিক উত্তৰদায়ী কৰি তোলে।
তথ্য জনা অধিকাৰ আইনৰ উদ্দেশ্যসমূহ :
তথ্য জনা অধিকাৰ আইন (এচ পি আই অ’):
শ্ৰীমতী নূপূৰ বৰপাত্ৰ গোহাঁই,
অভিলেখাধক্ষ্য, অসম ৰাজ্যিক অভিলেখাগাৰ
গণেশগুৰি, আৰ পি পথ,
ডাক:অসম সচিবালয়
দিশপুৰ, গুৱাহাটী, অসম-৭৮১০০৬
দুৰভাষ: +৯১ ৮৮৭৬১৬০৬৭৩ (ম)
Title | Size | Detail |
---|---|---|
তথ্য জনা অধিকাৰ আইন, ২০০৫ | 389.16 KB |