মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

প্ৰতিলিপি অধিকাৰ নীতি

মেইল প্ৰেৰণৰ যোগেদি প্ৰয়োজনীয় অনুমতি লৈ এই ৱেবচাইটৰ সামগ্ৰীসমূহৰ প্ৰস্তুত কৰিব পাৰি। এই সমূহ সামগ্ৰীৰ সঠিক ব্যৱহাৰ হ’ব লাগিব আৰু কোনো কাৰণতে ইয়াক অপব্যৱহাৰ বা অপমানসূচক অৰ্থত ব্যৱহাৰ হ’বলৈ দিয়া নহয়। এই প্ৰকাশিত সামগ্ৰী নিশ্চয়কৈ স্বীকৃত হ’ব লাগিব।

এই প্ৰতিলিপি প্ৰস্তুতৰ অনুমতি কোনো তৃতীয় গোটলৈ বিস্তৃত কৰিব নোৱাৰি। বিভাগীয় কৰ্তৃপক্ষৰ পৰা এই অনুমতি লাভ কৰিলেহে ইয়াক পুন:প্ৰস্তুত কৰিব পৰা যায়। এই সমূহ চৰ্ত ভাৰতীয় আইনৰ দ্বাৰা পৰিচালিত।

Assamese
Select Policies Type: