অৱলোকন:
বিদেশী আৰু ভাৰতীয় গৱেষকসকলে তেওঁলোকৰ গৱেষণা কাৰ্যৰ বাবে অসম ৰাজ্যিক অভিলেখাগাৰৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। প্ৰকাশনৰ পিছত তেওঁলোকে আৱশ্যকীয় সকলো নথি-পত্ৰ জমা দিব লাগিব আৰু ৰাজ্যিক অভিলেখাগাৰৰ পৰা গৱেষণাৰ বাবে সংগ্ৰহ কৰা সামগ্ৰীসমূহৰ ওপৰত ভিত্তি কৰি সকলো কামৰে একোটাকৈ অনুলিপি জমা দিয়াটো বাধ্যতামূলক।
অৰ্হতা:
- বিদ্বান তথা গৱেষকসকলক অনুৰোধ কৰা হৈছে,অনুমতিৰ হেতুকে বিশ্ববিদ্যালয়/ শিক্ষানুস্থান/বিভাগৰ তৰফৰ পৰা এক অনুমতি পত্ৰ জমা দিয়াটো বাঞ্চনীয়।
- বিদেশী গৱেষক /বিদ্বানসকলক অনুৰোধ জনোৱা হৈছে যে, তেওঁলোকে ভাৰতবৰ্ষস্থিত তেওঁলোকৰ নিজ দেশৰ ৰাজনৈতিক প্ৰতিনিধিৰ স্বীকৃতিপত্ৰ একোখন জমা দিয়ে যেন।
- গৱেষণাৰ বাবে অসম ৰাজ্যিক অভিলেখাগাৰৰ পৰা লোৱা সকলো সামগ্ৰীৰ ওপৰত ভিতৰত ভিত্তি কৰি কাম সমূহৰ একোটা প্ৰতিলিপি প্ৰকাশনৰ জমা দিব লাগিব।
প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশনাসমূহ:
গৱেষকসকলে প্ৰয়োজনীয় সকলোবোৰ নথি-পত্ৰ প্ৰদান কৰিব লাগিব।
মাচুল:
গৱেষকসকলে বিনা খৰচত ৰেকৰ্ড বা বিৱৰণসমূহৰ সৈতে যোগাযোগ কৰিব পাৰে।
ফটো-কপিৰ বাবে:
শিক্ষাৰ্থী: ১:০০ টকা
ভাৰতীয় গৱেষক: ১:৫০ টকা
বিদেশী গৱেষক: ৩:০০ টকা
প্ৰয়োজনীয় নথি-পত্ৰ সমূহ:
- গৱেষকসকলক অনুৰোধ কৰা হৈছে,অনুমতিৰ হেতুকে বিশ্ববিদ্যালয়/ শিক্ষানুস্থান/বিভাগৰ তৰফৰ পৰা এক অনুমতি পত্ৰ জমা দিয়াটো বাঞ্চনীয়।
- বিদেশী গৱেষক /বিদ্বানসকলক অনুৰোধ জনোৱা হৈছে যে, তেওঁলোকে ভাৰতবৰ্ষস্থিত তেওঁলোকৰ নিজ দেশৰ ৰাজনৈতিক প্ৰতিনিধিৰ স্বীকৃতিপত্ৰ একোখন জমা দিয়ে যেন।
- গৱেষণাৰ বাবে অসম ৰাজ্যিক অভিলেখাগাৰৰ পৰা লোৱা সকলো সামগ্ৰীৰ ওপৰত ভিতৰত ভিত্তি কৰি কাম সমূহৰ একোটা প্ৰতিলিপি প্ৰকাশনৰ জমা দিব লাগিব।
গুৰুত্বপূৰ্ণ সময়সীমা
সময়: পুৱা ১০:৩০ বজাৰ পৰা আবেলি ৪:৩০ লৈকে।
কৰ্ম দিন: আগজাননী দিয়া চৰকাৰী বন্ধ, দ্বিতীয় আৰু চতুৰ্থ শণিবাৰ আৰু ৰবিবাৰৰ বাদে সকলো বাৰে খোলা।
কিদৰে আবেদন কৰিব পাৰি
প্ৰ-পত্ৰ ডাউনলোড কৰিবলৈ ক্লিক কৰক।
প্ৰ-পত্ৰ ডাউনলোড কৰিবলৈ ক্লিক কৰক।
শ্ৰীমতী নূপূৰ বৰপাত্ৰ গোহাঁই,
অভিলেখাধক্ষ্য, অসম ৰাজ্যিক অভিলেখাগাৰ
গণেশগুৰি, আৰ পি পথ,
ডাক:অসম সচিবালয়
দিশপুৰ, গুৱাহাটী, অসম-৭৮১০০৬
দুৰভাষ: +৯১ ৮৮৭৬১৬০৬৭৩ (ম)